Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০১৮ৰ এছিয়ান গেমছত মল্লযুঁজৰ ৬৫ কেজি ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ পদক জয় কৰা বজৰং পুনিয়াক প্ৰধানমন্ত্ৰীৰ অভিনন্দন<Br


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ৰ এছিয়ান গেমছত মল্লযুঁজৰ ৬৫ কেজি ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ পদক জয় কৰা বজৰং পুনিয়াক অভিনন্দন জনায়।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মল্লযুঁজৰ ৬৫ কেজি ফ্ৰীষ্টাইল শাখাত স্মৰণীয় বিজয়ৰ বাবে বজৰং পুনিয়াক অভিনন্দন জনাইছো। এই জয় অতি বিশেষ কাৰণ এয়া ২০১৮ৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ। আপোনাৰ উজ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনালো।”

***

AKT/SH/DB