পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰক্ষা বন্ধন উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এই পবিত্ৰ উৎসৱে সকলোৰে বাবে সুখ, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক বুলি শ্ৰী মোদীয়ে কামনা কৰে। তেওঁ লগতে প্ৰাৰ্থনা কৰে যে ৰক্ষা বন্ধনৰ জৰিয়তে উদযাপন কৰা প্ৰেম, মৰম আৰু পাৰস্পৰিক বিশ্বাসৰ বান্ধোন চিৰদিন শক্তিশালী আৰু অবিচ্ছেদ্য হৈ থাকিব।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
ৰক্ষা বন্ধনৰ বহুত শুভেচ্ছা জনালো।
এই শুভ উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক।
মৰম, আত্মীয়তা আৰু পাৰস্পৰিক বিশ্বাসৰ সূতা সদায় অটুট থাকক, সেইটোৱেই কামনা।
रक्षाबंधन की बहुत-बहुत शुभकामनाएं।
यह पावन पर्व आप सभी के जीवन में खुशहाली, समृद्धि और सफलता लेकर आए।
स्नेह, अपनत्व और आपसी विश्वास की डोर सदैव अटूट बनी रहे, यही कामना है। pic.twitter.com/bfH7GRVwUe
— Narendra Modi (@narendramodi) August 28, 2026
***
MJPS/SS/VJ/HS