Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পন্ন হোৱা চুক্তি/বুজাবুজিৰ চুক্তিপত্ৰ বিনিময়ৰ তালিকা


 

 

২০১৯২০২৩ বৰ্ষৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু এমইএৰ মাজত আলোচনাৰ প্ৰ

এইচ.ছাৰ্গে লেভ্ৰ
ৰাছিয়ান ফেডাৰেচনৰ বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰী

শ্ৰীমতী সুষমা স্বৰাজ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

ৰাছিয়ান ফেডাৰেছনৰ অৰ্থনৈতিক বিকাশ মন্ত্ৰালয় আৰু পৰিৱৰ্তিত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (নিটি আয়োগ)ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

এইচ.. মেক্সিম ৰেশ্বকিন,
ৰাছিয়ান ফেডাৰেচনৰ অৰ্থনৈতিক বিকাশৰ মন্ত্ৰী

ডঃ ৰাজীৱ কুমাৰ
ভিচি, নিটি আয়োগ

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰ’) আৰু ৰাছিয়াৰ ফেডাৰেল মহাকাশ সংস্থা ‘ROSCOSMOS’ৰ মাজত মহাকাশলৈ মানৱ প্ৰেৰণৰ যৌথ কাৰ্যসূচীৰ বুজাবুজিৰ চুক্তিপত্ৰ

ডিমিট্ৰি ৰজিন
ROSCOMOSৰ সঞ্চালক

শ্ৰী বিজয় গোখলে
বৈদেশিক সচিব

ভাৰতীয় আৰু ৰাছিয়ান ৰেলৱেৰ মাজত সহযোগিতাৰ চুক্তিপত্ৰ

লেগ বেলজেৰ
জেএছচি ৰাছিয়ান ৰেলৱেৰ মুখ্য কাৰ্যবাহী বিষয়াঅধ্যক্ষ

শ্ৰী বিজয় গোখলে
বৈদেশিক সচিব

পৰমাণু ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰ প্ৰণয়ন আৰু অগ্ৰাধিকাৰৰ কাৰ্যকৰী পৰিকল্পনা

এলেক্সি লিখাচেভ
ডিজি, ছাটম

শ্ৰী কে এন ব্যাস
সচিব, ডিএই

ৰাছিয়ান পৰিবহণ মন্ত্ৰালয় আৰু ভাৰতীয় ৰেলৱেৰ মাজত পৰিবহণ শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তি পত্ৰ

এইচ.. নিকোলাই  কুডাছেভ,

ভাৰতীয় ৰাছিয়ান ফেডাৰেছনৰ ৰাষ্ট্ৰদূত

শ্ৰী ডি.বি. ভেংকটেছ ভাৰ্মা
ৰাছিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত

ভাৰতৰ নেচনেল স্মল ইণ্ডাষ্ট্ৰীজ কৰ্পৰেচন (এনএছআইচি) আৰু ৰাছিয়ান স্মল  এণ্ড  মিডিয়াম বিজনেছ কৰ্পৰেছন (আৰএছএমবি)ৰ মাজত ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া সংস্থাসমূহৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তি পত্ৰ

আলেকজেণ্ডাৰ ব্ৰেভাৰমেন
সঞ্চালক প্ৰধান, ৰাছিয়ান স্মল এণ্ড মিডিয়াম বিজনেছ কৰ্পৰেছন

শ্ৰী ডি.বি. ভেংকটেছ ভাৰ্মা
ৰাছিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত

ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড (আৰডিআইএফ); পিজেএছচি ফছ এগ্ৰ’ (ছ এগ্ৰ’) আৰু ভাৰতীয় পটাছ লিমিটেড (আইপিএল)ৰ মাজত সাৰ খণ্ডত সহযোগিতাৰ চুক্তি

কিৰিল ডিমিট্ৰিভ
ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ সঞ্চালক প্ৰধান
এণ্ড্ৰী গুৰয়েভ,
ছএগ্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া

শ্ৰী ডি.বি. ভেংকটেছ ভাৰ্মা
ৰাছিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত

ক্ৰমিক নং. বুজাবুজি চুক্তিপত্ৰ/চুক্তিপত্ৰ/সন্ধিৰ নাম ৰাছিয়া ফেডাৰেছনৰ পৰা বিনিময় কৰা ব্যক্তি ভাৰতৰ পৰা বিনিময় কৰা ব্যক্তি

***

AKT/AP/MANN