পি এম ইণ্ডিয়া
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ৰাজামুন্দ্ৰী বিমানবন্দৰত অৱস্থিত ভাৰতীয় বিমান প্ৰাধিকৰণৰ ১০.২৫ একৰ ভূমি বিমানবন্দৰৰ পৰা কাষৰীয়া গাওঁসমূহলৈ সংযোগ স্থাপনৰ বাবে নিৰ্মাণ কৰিবলগীয়া বাট-পথৰ বাবে অন্ধ্ৰ প্ৰদেশ চৰকাৰে আগবঢ়োৱা সমান বিস্তৃত ভূমিৰ সৈতে সলনি কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
এই প্ৰস্তাৱে পথ সংযোগ স্থাপন কৰাৰ ফলত কাষৰীয়া গাওঁসমূহৰ জনসাধাৰণ, বিশেষকৈ কৃষকসকল লাভান্বিত হ’ব।
***
AKT/VBA/SH/PRK