পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত সংবিধান (১২৪ সংশোধনী) বিধেয়ক, ২০১৯ গৃহীত হোৱা ঘটনাক প্ৰশংসা কৰে৷
ৰাজ্যসভাই সংবিধান (১২৪ সংশোধনী) বিধেয়ক, ২০১৯ গৃহীত কৰাত আনন্দিত হৈছোঁ৷ এই বিধেয়কখনৰ বাবে সমৰ্থন দেখি সন্তোষ পাইছোঁ৷ সংসদ গৃহত তৰ্কৰ অৱতাৰণা হোৱা স্বত্বেও বহু সদস্যই তেওঁলোকৰ অন্তৰ্দৃষ্টিপূৰ্ণ মতামত আগবঢ়ায়৷
সংসদৰ দুয়োটা গৃহতে সংবিধান (১২৪ সংশোধনী) বিধেয়ক, ২০১৯ গৃহীত হোৱাৰ জৰিয়তে সামাজিক ন্যায়ত বিজয় সাব্যস্ত হৈছে৷ ইয়াৰ দ্বাৰা আমাৰ যুৱ শক্তিয়ে ভাৰতৰ ৰূপান্তৰণত তেওঁলোকৰ কৌশল প্ৰদৰ্শন আৰু অৰিহণা আগবঢ়োৱাৰ বিস্তৃত পৰিসৰৰ নিশ্চিতি লাভ হ’ব৷
সংবিধান (১২৪ সংশোধনী) বিধেয়ক, ২০১৯ গৃহীতকৰণৰ দ্বাৰা আমি আমাৰ সংবিধান প্ৰণেতা তথা স্বাধীনতা যুঁজৰ সংগ্ৰামীসকলক সন্মান প্ৰদৰ্শন কৰিছোঁ যিয়ে শক্তিশালী তথা সন্মিলিত ভাৰতৰ কল্পনা কৰিছিল’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
***
AKT/ VJ/MANN
Delighted the Rajya Sabha has passed The Constitution (One Hundred And Twenty-Fourth Amendment) Bill, 2019.
— Narendra Modi (@narendramodi) January 9, 2019
Glad to see such widespread support for the Bill.
The House also witnessed a vibrant debate, where several members expressed their insightful opinions.
Passage of The Constitution (One Hundred And Twenty-Fourth Amendment) Bill, 2019 in both Houses of Parliament is a victory for social justice.
— Narendra Modi (@narendramodi) January 9, 2019
It ensures a wider canvas for our Yuva Shakti to showcase their prowess and contribute towards India’s transformation.
By passing The Constitution (One Hundred And Twenty-Fourth Amendment) Bill, 2019, we pay tributes to the makers of our Constitution and the great freedom fighters, who envisioned an India that is strong and inclusive.
— Narendra Modi (@narendramodi) January 9, 2019
It is in the Himalayas that I learnt about oneness with nature. The mighty mountains also taught me the importance of humility.
— Narendra Modi (@narendramodi) January 10, 2019
Here is the second part of my chat with @HumansOfBombay, where I talk about an interesting phase of my life.https://t.co/yaTXrXn7dO