Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজ্য স্থাপন দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ ৰাজ্য স্থাপন দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

‘‘হিমাচল প্ৰদেশৰ জনসাধাৰণলৈ তেওঁলোকৰ ৰাজ্য স্থাপন দিৱস উপলক্ষে শুভেচ্ছা জনাইছো৷ প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ আৰু সাহসিকতাৰ এই ৰাজ্যখনে যাতে অনাগত দিনসমূহত অধিক উন্নতিৰ পথত অগ্ৰসৰ হয়৷ মই এই ৰাজ্যৰ জনসাধাৰণৰ সুখ আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/KP/MANN