পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ চহকী হস্ততাত আৰু হস্তকলা ঐতিহ্যৰ একক বিপণী Indiahandmade.com চাবলৈ সকলোকে আহ্বান জনাইছে৷
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়ঃ
“indiahandmade.com চাওক আৰু #VocalForLocal আন্দোলনক আৰু অধিক গতি প্ৰদান কৰক৷”
Do visit https://t.co/GONwGWuogH and add momentum to the movement towards being #VocalForLocal. https://t.co/O0vzd8gIQA
— Narendra Modi (@narendramodi) April 24, 2023
***
Do visit https://t.co/GONwGWuogH and add momentum to the movement towards being #VocalForLocal. https://t.co/O0vzd8gIQA
— Narendra Modi (@narendramodi) April 24, 2023