Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ধানমন্ত্ৰীয়ে নিজৰ জন্মদিন অৰ্থব্যৱস্থা, সমাজ আৰু পৰিৱেশৰ সৈতে জড়িত কাৰ্যক্ৰমত ভাগ লৈ পালন কৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ জন্মদিন অৰ্থব্যৱস্থা, সমাজ আৰু পৰিৱেশৰ সৈতে জড়িত কাৰ্যক্ৰমত ভাগ লৈ পালন কৰে। তেওঁ শুভকামনা আৰু স্নেহৰ বাবে সকলোৰে কৃতজ্ঞতা প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে টুইট কৰে:

“মই প্ৰাপ্ত স্নেহেৰে অভিভূত। মই এনে প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাইছো যিসকলে মোক মোৰ জন্মদিনত শুভকামনা দিছে। এই শুভকামনাই মোক অৰু কঠিন কাম কৰাৰ শক্তি দিয়ে। মই সেই সকলো লোকৰ প্ৰশংসা কৰিছো যিসকলে এই দিনটো বিভিন্ন সামুদায়িক সেৱা পদক্ষেপৰ বাবে সমৰ্পিত কৰিলে। তেওঁলোকৰ সংকল্প প্ৰশংসনীয়।”

 

***

DS