Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংশোধিত ঘৰুৱা গেছৰ মূল্য নিৰ্ধাৰণ নিৰ্দেশনাৰ বাবে কেবিনেটৰ সিদ্ধান্তৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় গেছৰ মূল্য বৃদ্ধিৰ ফলত ভাৰতত গেছৰ মূল্যৰ ওপৰত পৰা প্ৰভাৱ হ্ৰাস কৰি গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰশংসা কৰে৷

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“সংশোধিত ঘৰুৱা গেছৰ মূল্য নিৰ্ধাৰণৰ সৈতে জড়িত কেবিনেটৰ সিদ্ধান্তই গ্ৰাহকৰ বাবে বহু সুবিধা প্ৰদান কৰিছে। এয়া খণ্ডটোৰ বাবে এক ইতিবাচক দিশ৷”

***

DS/TS/DB