Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় সমৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় সমৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাষ্ট্ৰীয় সমৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

তেওঁ কয় যে আমি সেইসকলক স্মৰণ আৰু সন্মান জনাইছোঁ, যিসকলে নিস্বাৰ্থভাৱে আমাৰ দেশৰ সুৰক্ষা দিছিল৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“ৰাষ্ট্ৰীয় সমৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ৷ আমি সেইসকলক স্মৰণ আৰু সন্মান জনাইছোঁ, যিসকলে নিস্বাৰ্থভাৱে আমাৰ দেশৰ সুৰক্ষা দিছিল৷ তেওঁলোকৰ সাহস আৰু ত্যাগ অবিস্মৰণীয়৷ আমি তেওঁলোকক সন্মান আৰু কৃতজ্ঞতাৰে প্ৰণিপাত জনাইছোঁ, যি আদৰ্শৰ বাবে তেওঁলোকে থিয় দিছিল সেই আদৰ্শক ৰক্ষা কৰাৰ শপত লওঁ৷”

***

DS/RT/DB