পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“ডিজিটেল মিডিয়াৰ পৰা আৰম্ভ কৰি টেলিভিছনৰ ক্ষেত্ৰখনলৈ বহুমূলীয়া বৰঙণি আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত অত্যন্ত দুখ পাইছোঁ। তেওঁৰ বিয়োগ সাংবাদিকতা জগতৰ বাবে এক অপূৰণীয় ক্ষতি। শোকৰ এই সময়ত তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা ব্যক্ত কৰিছোঁ। ঔম শান্তি!”
**********
MJPS/TS
डिजिटल मीडिया से लेकर टेलीविजन के क्षेत्र में बहुमूल्य योगदान देने वाले वरिष्ठ पत्रकार और लेखक उमेश उपाध्याय जी के निधन से अत्यंत दुख हुआ है। उनका जाना पत्रकारिता जगत के लिए एक अपूरणीय क्षति है। शोक की इस घड़ी में उनके परिजनों के प्रति मैं अपनी संवेदनाएं व्यक्त करता हूं। ओम…
— Narendra Modi (@narendramodi) September 1, 2024