Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেৰালাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক সম্ভাষণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক সম্ভাষণ জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ

“কেৰালাৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনালোঁ! ৰাজ্যখন মোহনীয়া প্ৰাকৃতিক সৌন্দৰ্য্য, স্পন্দনশীল পৰম্পৰা আৰু কঠোৰ পৰিশ্ৰমী লোকসকলৰ বাবে জনাজাত। কেৰালাৰ লোকে সমগ্ৰ বিশ্বতে ভিন্ন ক্ষেত্ৰত নিজ-নিজ স্থান দখল কৰিছে। আগন্তুক সময়তো ৰাজ্যবাসী আগুৱাই যায় যেন।”

***

MJPS/TS/SB