Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাত এণ্ঠনী আলবেনিজক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা মিঃ এণ্ঠনী আলবেনিজক অভিনন্দন জ্ঞাপন কৰে।

 

এক্সত এটা পোষ্টত তেওঁ লিখিছে:

 

“আপোনাৰ সৰৱ বিজয় আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে @AlboMP অভিনন্দন! এই জোৰদাৰ জনাদেশে আপোনাৰ নেতৃত্বৰ প্ৰতি অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ দীৰ্ঘস্থায়ী বিশ্বাসৰ ইংগিত দিয়ে। মই ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বক আৰু অধিক গভীৰ কৰাৰ বাবে আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে আমাৰ উমৈহতীয়া দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰিবলৈ অপেক্ষাৰত।”

**********

MJPS/SR/SKS