Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্গিল বিজয় দিৱসত দেশবাসীক শুভেচ্ছা জনায়।”এই উপলক্ষে আমাক ভাৰত মাতৃৰ সেই বীৰ পুত্ৰসকলৰ অতুলনীয় সাহস আৰু বীৰত্বৰ কথা মনত পেলাই দিয়ে যিসকলে দেশৰ গৌৰৱ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল”, শ্ৰী মোদীয়ে কয়।

এক্সত পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:

“কাৰ্গিল বিজয় দিৱসৰ উপলক্ষে দেশবাসীক বহুত শুভেচ্ছা জনাইছো। এই দিৱসে আমাক ভাৰত মাতৃৰ সেই বীৰ পুত্ৰসকলৰ অতুলনীয় সাহস আৰু বীৰত্বৰ কথা সোঁৱৰাই দিয়ে, যিসকলে দেশৰ আত্মসন্মান ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মাতৃভূমিৰ বাবে প্ৰাণ বিসৰ্জন দিবলৈ তেওঁলোকৰ আবেগে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। জয় হিন্দ!

***

MJPS/VJ/DB