Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰী হেমন্ত সোৰেনক অভিনন্দন জনায়


 

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী হেমন্ত সোৰেণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জ্ঞাপন কৰে।

‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

“ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী হেমন্ত সোৰেনক অভিনন্দন জনাইছোঁ। আগন্তুক কাৰ্যকালৰ বাবে তেওঁলৈ শুভেচ্ছা জনাইছোঁ।

@HemantSorenJMM”

 

 

***

MJPS/SR/KB