Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইছলামিক গণৰাজ্য ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মহামহিম মাছুদ পেজেশ্কিয়ানক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইছলামিক গণৰাজ্য ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মহামহিম মাছুদ পেজেশ্কিয়ানক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে;

“ইছলামিক গণৰাজ্য ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে @drpezeshkian আপুনি নিৰ্বাচিত হোৱা বাবে অভিনন্দন জনাইছোঁ। আমাৰ জনসাধাৰণ আৰু অঞ্চলটোৰ হিতৰ বাবে আমাৰ উষ্ম আৰু দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে অপেক্ষা কৰি আছোঁ।”

 

 

***

DS/ST/KB