Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সুহৃদয়সম্পন্ন ব্যক্তিৰ গুণৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে হৃদয়ৰ বিশুদ্ধতা, ত্যাগৰ মনোভাব, সাহস, আনন্দ তথা দুখক সমভাৱে আঁকোৱালি লোৱাৰ সামৰ্থ্য, ক্ষমতা, মৰম আৰু সত্যনিষ্ঠাই এজন সুহৃদয়সম্পন্ন ব্যক্তি তথা ব্যতিক্ৰমী ব্যক্তিত্বক সংজ্ঞায়িত কৰে।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-

“शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः॥”

এই হিতোপদেশৰ জৰিয়তে প্ৰকাশ কৰা হৈছে যে হৃদয়ৰ বিশুদ্ধতা, ত্যাগৰ মনোভাব, সাহস, আনন্দ তথা দুখক সমভাৱে আঁকোৱালি লোৱাৰ সামৰ্থ্য, ক্ষমতা, মৰম আৰু সত্যনিষ্ঠা কেৱল এজন সাধাৰণ বন্ধুৰ গুণ নহয়, বৰঞ্চ মহান হৃদয় আৰু ব্যতিক্ৰমী ব্যক্তিত্বৰে সমৃদ্ধ ব্যক্তিৰ বিশেষ বৈশিষ্ট্য।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

MJPS/SS/ST/DD

MJPS/SS/ST/DD