Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অৰ্ডাৰ অৱ দ্য নাইলৰে বিভূষিত প্ৰধানমন্ত্ৰী

অৰ্ডাৰ অৱ দ্য নাইলৰে বিভূষিত প্ৰধানমন্ত্ৰী


২০২৩ৰ ২৫ জুনত কায়ৰোৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত আৰৱ ৰিপাব্লিক অৱ ইজিপ্তৰ ৰাষ্ট্ৰপতি মহামহিম আব্দেল ফাত্তাহ আল-চিচিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ইজিপ্তৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘অৰ্ডাৰ অৱ দ্য নাইল’ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতবাসীৰ হৈ এই সন্মানৰ বাবে ৰাষ্ট্ৰপতি চিচিক ধন্যবাদ জ্ঞাপন কৰে।

এই বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় নৰেন্দ্ৰ মোদী।

***