পি এম ইণ্ডিয়া
৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰপৰা ভাষণ প্ৰদানেৰে কয় যে অহা মাহত বিশ্বকৰ্মা জয়ন্তীৰ দিনা বিশ্বকৰ্মা যোজনা আৰম্ভ কৰা হ’ব। তেখেতে কয় যে এই আঁচনিখনে পৰম্পৰাগত দক্ষতা থকা লোক অৰ্থাৎ সঁজুলি আৰু হাতেৰে কাম কৰা লোক যাৰ গৰিষ্ঠসংখ্যকেই অ’বিচি সম্প্ৰদায়ৰ যেনেঃ কাঠমিস্ত্ৰী, সোণাৰী, ৰাজমিস্ত্ৰী, কাপোৰ ধোৱা লোক, চুলি কটা ভ্ৰাতৃ-ভগ্নীসকলৰ সবলীকৰণ কৰিব। এই আঁচনিখন প্ৰায় ১৩-১৫ হাজাৰ কোটি টকাৰ বাজেটেৰে আৰম্ভ কৰা হ’ব।
লালকিল্লাৰ প্ৰাচীৰৰপৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি দিব্যাংগজনৰ বাবে এখনি সুগম ভাৰত গঢ়াৰ বাবে কাম কৰি আছো। তেখেতে কয় যে আমি দিব্যাংগসকলক পেৰাঅলিম্পিকতো ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ সক্ষম কৰি তুলিছো। ইয়াৰ বাবে তেওঁলোকক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতত জনগাঁথনি, গণতন্ত্ৰ আৰু বৈচিত্ৰ্য বিদ্যমান। তেখেতে কয় যে জনগাঁথনি, গণতন্ত্ৰ আৰু বৈচিত্ৰ্যৰ এই ত্ৰিত্বই ভাৰতৰ প্ৰতিটো সপোন বাস্তৱায়িতকৰণৰ সম্ভাৱনা আছে।
आने वाली विश्वकर्मा जयंती पर हाथ से काम करने वाले ज्यादातर ओबीसी समुदाय को सशक्त बनाने के लिए 13000- 15000 हजार करोड़ रुपए के परिव्यय के साथ विश्वकर्मा योजना शुरू करेगे : नरेन्द्र मोदी@ लाल किला #हर_घर_तिरंगा @PIB_India @MSJEGOI pic.twitter.com/XM09iV9cQY
— PIB-SJ&E (@pib_MoSJE) August 15, 2023
Let’s celebrate Independence Day
We have demography, diversity , and democracy . It means we have a powerful ‘TRIVENI’ .#HarGharTiranga#BharatInternetUtsav@MSJEGOI @PIB_India pic.twitter.com/QkuKlaEDt3— PIB-SJ&E (@pib_MoSJE) August 15, 2023
*****
आने वाली विश्वकर्मा जयंती पर हाथ से काम करने वाले ज्यादातर ओबीसी समुदाय को सशक्त बनाने के लिए 13000- 15000 हजार करोड़ रुपए के परिव्यय के साथ विश्वकर्मा योजना शुरू करेगे : नरेन्द्र मोदी@ लाल किला #हर_घर_तिरंगा @PIB_India @MSJEGOI pic.twitter.com/XM09iV9cQY
— PIB-SJ&E (@pib_MoSJE) August 15, 2023
Let's celebrate Independence Day IN
— PIB-SJ&E (@pib_MoSJE) August 15, 2023
We have demography, diversity , and democracy . It means we have a powerful 'TRIVENI' .#HarGharTiranga#BharatInternetUtsav@MSJEGOI @PIB_India pic.twitter.com/QkuKlaEDt3