Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সাহস আৰু প্রজ্ঞাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাহস আৰু প্রজ্ঞাৰ বৈশিষ্ট্যৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

“अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्।

न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः॥”

ইয়াত কোৱা হৈছে যে সাহসী, অটল, জ্ঞানী আৰু শক্তিৰে পৰিপূৰ্ণজনৰ লগত সমৃদ্ধি সদায় থাকে, ঠিক যেনেকৈ ৰশ্মি সদায় সূৰ্যৰ লগত থাকে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्।

न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः॥

***

MJPS/SS/VJ/HS