Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত ফোন কৰা আৰু উষ্ম শুভেচ্ছা জনোৱাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। “আপোনাৰ দৰে ময়ো ভাৰত-যুক্তৰাষ্ট্ৰৰ সৰ্বাংগীন আৰু বৈশ্বিক অংশীদাৰিত্বক নতুন শিখৰত উপনীত কৰাবলৈ সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ। ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত আমি আপোনাৰ পদক্ষেপক সমৰ্থন কৰিছোঁ”, শ্ৰী মোদীয়ে কয়।  

আজি এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“মোৰ ৭৫ সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত ফোন কৰা আৰু উষ্ম শুভেচ্ছা জনোৱাৰ বাবে মোৰ বন্ধু, ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনালোঁ। আপোনাৰ দৰে ময়ো ভাৰত-যুক্তৰাষ্ট্ৰৰ সৰ্বাংগীন আৰু বৈশ্বিক অংশীদাৰিত্বক নতুন শিখৰত উপনীত কৰাবলৈ সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ। ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত আমি আপোনাৰ পদক্ষেপক সমৰ্থন কৰিছোঁ।”

@POTUS

@realDonaldTrump

***

MJPS/VJ/SB