পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। ইয়াত ভাৰতৰ মিছন লাইফে (পৰিবেশৰ বাবে জীৱনশৈলী) তামিলনাডুৰ এৰি টেংক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি ৰাজস্থানৰ জোহাদলৈকে কেনেকৈ সময়য়োপযোগী সংৰক্ষণ পদ্ধতিসমূহক পুনৰুজ্জীৱিত কৰিছে, এইসমূহক গ্ৰহ সেৱাৰ সচেতন কাৰ্য্য হিচাপে পুনৰ গঢ়ি তুলিছে, তাৰ অৱলোকন কৰা হৈছে। “তেওঁ ভাৰতৰ প্ৰকৃত বহনক্ষমতা আলোচনাৰ পৰিৱৰ্তে লালন-পালনৰ পৰা আৰম্ভ হোৱা বাৰ্তাত আলোকপাত কৰিছে”, শ্ৰী মোদীয়ে কয়।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @byadavbjp-এ লিখা এটা অৱশ্য-পঠনীয় প্ৰবন্ধত ভাৰতৰ মিছন লাইফে (পৰিবেশৰ বাবে জীৱনশৈলী) তামিলনাডুৰ এৰি টেংক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি ৰাজস্থানৰ জোহাদলৈকে কেনেকৈ সময়য়োপযোগী সংৰক্ষণ পদ্ধতিসমূহক পুনৰুজ্জীৱিত কৰিছে, এইসমূহক গ্ৰহ সেৱাৰ সচেতন কাৰ্য্য হিচাপে পুনৰ গঢ়ি তুলিছে, তাৰ অৱলোকন কৰা হৈছে।
তেওঁ ভাৰতৰ প্ৰকৃত বহনক্ষমতা আলোচনাৰ পৰিৱৰ্তে লালন-পালনৰ পৰা আৰম্ভ হোৱা বাৰ্তাত আলোকপাত কৰিছে।”
In this must-read article, Union Minister Shri @byadavbjp writes that India’s Mission LiFE (Lifestyle For Environment) revives time-honoured conservation practices, from Tamil Nadu’s eri tank systems to Rajasthan’s johads, reframing them as conscious acts of planetary service.… https://t.co/sE4WICBgFl
— PMO India (@PMOIndia) November 4, 2025
***
MJPS/VJ/SB
In this must-read article, Union Minister Shri @byadavbjp writes that India's Mission LiFE (Lifestyle For Environment) revives time-honoured conservation practices, from Tamil Nadu's eri tank systems to Rajasthan's johads, reframing them as conscious acts of planetary service.… https://t.co/sE4WICBgFl
— PMO India (@PMOIndia) November 4, 2025