Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নৱৰাত্ৰিৰ সপ্তম দিনা দেৱী কালাৰাত্ৰীৰ ওচৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰীৰ সপ্তম দিনা দেৱী কালাৰাত্ৰীৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

“নৱৰাত্ৰিৰ মহাসপ্তমী মা কালৰাত্ৰিৰ পূজাৰ পবিত্ৰ দিন। মাতৃৰ কৃপাৰে তেওঁৰ সকলো ভক্তৰ জীৱন ভয়মুক্ত হওক, এই কামনা কৰিলো। মা কালৰাত্ৰিৰ এক স্তুতি আপোনালোক সকলোৰে বাবে…”

 

MJPS/SR