Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ ইভেণ্টত মনীষ নৰৱালে ৰূপৰ পদক অৰ্জন কৰাত প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত মনীষ নৰৱালে পি১ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাত আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়,

“মনীষ নৰৱালৰ এক সুন্দৰ সাফল্য, কিয়নো তেওঁ পি১ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে। তেওঁৰ নিখুঁততা, মনোনিবেশ আৰু নিষ্ঠাই পুনৰ গৌৰৱ কঢ়িয়াই আনিছে। #Cheer4Bharat”

MJPS/ST