পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনৰ দলীয় শিতানত ৰূপৰ পদক জয় কৰাৰ বাবে তিলোত্তমা সেন, বিদৰ্সা বিনোদ কোচালুমকাল আৰু আশী চৌকছেক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁলোকে অধিক সফলতা অৰ্জন কৰাটো অব্যাহত ৰাখিবৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
‘তিলোত্তমা সেন, বিদৰ্সা বিনোদ কোচালুমকাল আৰু আশী চৌকছেৰ দ্বাৰা নিখুঁততাৰ এক সুন্দৰ প্ৰদৰ্শন! এছিয়ান গেমছত মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনৰ দলীয় শিতানত ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনাইছো। তেওঁলোকে অনাগত সময়ত আৰু অধিক সফলতা অৰ্জন কৰাটো অব্যাহত ৰাখকঃ প্ৰধানমন্ত্ৰী @narendramodi’
A fine display of precision by Tilottama Sen, Vidarsa Vinod Kochalumkal and Ashi Chouksey!
Congratulations to them on winning the Silver medal in the Women’s 50m Rifle 3 Positions Team event at the Asian Games.
May they continue to achieve many more successes in the times to… pic.twitter.com/2jN1IKP2TA
— PMO India (@PMOIndia) September 26, 2026
***
MJPS/SS/PRK/MK