Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আহমেদাবাদ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানৰ আভাস ভাগ-বাটোৱাৰা কৰিলে প্ৰধানমন্ত্ৰীয়ে

আহমেদাবাদ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানৰ আভাস ভাগ-বাটোৱাৰা কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানৰ আভাস শ্বেয়াৰ কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

“আহমেদাবাদৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে আমাৰ দায়বদ্ধতা আমি আৰম্ভ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্পত প্ৰতিফলিত হৈছে। আজি আহমেদাবাদ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ বাকী অংশ, ছেক্টৰ ১০এৰ পৰা মহাত্মা মন্দিৰলৈকে উদ্বোধন কৰা হয়। ইয়াৰ দ্বাৰা আহমেদাবাদ আৰু গান্ধীনগৰৰ জনসাধাৰণৰ জীৱন যাপনৰ সহজতা বৃদ্ধি পাব।”

 

***

MJPS/SR/KD