Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ আন্দামান আৰু নিকোবৰৰ উপ-ৰাজ্যপালৰ


আন্দামান আৰু নিকোবৰৰ উপ-ৰাজ্যপাল এডমাইৰেল ডি কে যোশীয়ে (অৱসৰপ্ৰাপ্ত) আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্সত প্ৰধানমন্ত্ৰীয়ে লিখেঃ

আন্দামান আৰু নিকোবৰৰ উপ-ৰাজ্যপাল এডমাইৰেল ডি কে যোশীয়ে (অৱসৰপ্ৰাপ্ত) আজি প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।

***

MJPS/PRK/DB