Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আশা ভোছলেজীক চিকিৎসালয়ত ভৰ্তি কৰাক লৈ গভীৰ উদ্বেগ প্ৰধানমন্ত্ৰীৰ


আশা ভোছলেজীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পাৰি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেওঁৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে :

“আশা ভোছলেজীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি শুনি গভীৰভাৱে উদ্বিগ্ন। তেওঁৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিছো।”

 

***

 

 

MJPS/PRK/KD