Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ নাগৰিকসকলক ‘মন কী বাত’ শুনিবলৈ আমন্ত্ৰণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ মে’ৰ পুৱা ১১ বজাত  সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ৰ খণ্ডটো শুনিবলৈ নাগৰিকসকলক আমন্ত্ৰণ জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজক উন্নত কৰি তোলা অনুপ্ৰেৰণামূলক জীৱন যাত্ৰা প্ৰদৰ্শন কৰাটো সদায়েই আনন্দদায়ক।

শ্ৰী মোদীয়ে এক্স-ত লিখিছে;

‘কাইলৈ, ৩১ মে’ৰ পুৱা ১১ বজাত #MannKiBaat ৰ খণ্ডটো শুনক। আমাৰ সমাজক উন্নত কৰি তোলা অনুপ্ৰেৰণামূলক জীৱন যাত্ৰা প্ৰদৰ্শন কৰাটো সদায় আনন্দদায়ক।’

 

***

MJPS/SS/ST/MK