পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কোনো লোক এটা কাম নিজেই সম্পাদন কৰাত অত্যন্ত দক্ষ, আনহাতে আন কিছুমানে বিশেষভাৱে সেই জ্ঞান বা দক্ষতা আন লোকক প্ৰদান কৰাত নিপুণ। তেওঁ উল্লেখ কৰে যে যিগৰাকী ব্যক্তিৰ এই দুয়োটা গুণ-আত্মনিপুণতা আৰু আনক শিকোৱাৰ সামৰ্থ্য আছে, তেওঁক শ্ৰেষ্ঠতম শিক্ষকসকলৰ ভিতৰত গণ্য কৰা উচিত।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে-
“श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता।
यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव।। ”
সুভাশিতমত এইবুলি উল্লেখ আছে যে কিছুমান লোকে অনুশীলনত আৰু আন কিছুমানে শিক্ষাদানত উৎকৃষ্টতা অৰ্জন কৰে, কিন্তু যিজনে এটা বিষয়ৰ দক্ষতা আৰু আন লোকক সেই বিষয়ৰ জ্ঞান কাৰ্যকৰীভাৱে প্ৰদান কৰাৰ সামৰ্থ্য দুয়োটাকে একত্ৰিত কৰে, তেওঁক শিক্ষকৰ শীৰ্ষ স্থান দিয়া উচিত।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
“श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता।
यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव।।”
श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता।
यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव।। pic.twitter.com/xKT12kwrRt
— Narendra Modi (@narendramodi) June 1, 2026
***
MJPS/SS/ST/NB
श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता।
— Narendra Modi (@narendramodi) June 1, 2026
यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव।। pic.twitter.com/xKT12kwrRt