Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰজ্ঞানন্দক তেওঁৰ এই উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰজ্ঞানন্দক তেওঁৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এয়া সঁচাকৈয়ে এক অবিশ্বাস্য মাইলৰ খুঁটি, যিয়ে তেওঁৰ অবিৰত উৎকৰ্ষতাক উজ্জ্বল কৰি তুলিছে।

শ্ৰীযুত মোদীয়ে  তেওঁক ভৱিষ্যতৰ  প্ৰয়াসৰ  বাবেও শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“প্ৰজ্ঞানন্দলৈ এই উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন!

এইটো সঁচাকৈয়ে এক অবিশ্বাস্য মাইলৰ খুঁটি যিয়ে, তেওঁৰ অবিৰত উৎকৰ্ষতাক উজ্জ্বল কৰি তুলিছে।

তেখেতৰ ভৱিষ্যতৰ প্ৰয়াসৰ  বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

@rpraggnachess”

***

MJPS/SS/PRK/DM