Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মানৱ জীৱনত কৃষি আৰু শস্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশত শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশত শ্বেয়াৰ কৰি উল্লেখ কৰে যে কৃষি কেৱল জীৱিকাৰ উপায় নহয়, বৰং সমাজ আৰু ৰাষ্ট্ৰৰ পুষ্টিৰ মৌলিক আধাৰ।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

“কৃষি কেৱল জীৱিকাৰ উপায় নহয়, বৰং সমাজ আৰু ৰাষ্ট্ৰৰ পুষ্টিৰ মূল ভেটি। যেতিয়া আমাৰ কৃষক ভাই-ভনীসকলৰ ঘাম মাটিত মিহলি হয়, তেতিয়া ই খাদ্য হৈ দেশবাসীসকলৰ জীৱন সমৃদ্ধ কৰে।

ते कृषिं च सस्यं च मनुष्या उप जीवन्ति।

कृष्टराधिरुपजीवनीयो भवति य एवं वेद॥

#12YearsOfKisanSamriddhi “

কৃষি আৰু শস্য হৈছে মানৱ জীৱনৰ মূল ভেটি। যিজনে এই সত্যটো বুজি পায় তেওঁ কৃষিৰ কাম সঠিকভাৱে সম্পাদন কৰে আৰু ইয়াৰ জৰিয়তে সমাজ সুস্থিৰ আৰু পুষ্ট হয়।

 

***

MJPS/SS/PRK/HS