পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
এই প্ৰবন্ধটোত আইনী পৰিবেশতন্ত্ৰ শক্তিশালী কৰা, ন্যায় প্ৰদান ব্যৱস্থা সৰলীকৰণ তথা সুলভ কৰা আৰু নাগৰিকসকলৰ বাবে ৰাজহুৱা সেৱাসমূহ অধিক সুলভ কৰি তোলাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হৈছে। ইয়াত আলোকপাত কৰা হৈছে যে ডিজিটেল আৰু ভৌতিক দুয়োটা আন্তঃগাঁথনি উন্নীত কৰাৰ প্ৰচেষ্টাই অধিবক্তা আৰু ন্যায়াধীশসকলৰ বাবে কাম কৰাটো অধিক সূচল কৰিছে।
এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰিছে;
‘এই প্ৰবন্ধটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী @arjunrammeghwal-এ আইনী পৰিবেশতন্ত্ৰ শক্তিশালী কৰা, ন্যায় প্ৰদান ব্যৱস্থা সৰলীকৰণ তথা সুলভ কৰা আৰু নাগৰিকসকলৰ বাবে ৰাজহুৱা সেৱাসমূহ অধিক সুলভ কৰি তোলাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰিছে।
তেওঁ উল্লেখ কৰে যে ডিজিটেল আৰু ভৌতিক দুয়োটা আন্তঃগাঁথনি উন্নীত কৰাৰ প্ৰচেষ্টাই অধিবক্তা আৰু ন্যায়াধীশসকলৰ বাবে কাম কৰাটো অধিক সূচল কৰিছে।’
In this article, Union MoS Shri @arjunrammeghwal elaborates the government’s efforts to strengthen the legal ecosystem, promote ease of justice and make public services more accessible for citizens.
He highlights that the push to upgrade both digital and physical infrastructure… https://t.co/3ok9nwd90l
— PMO India (@PMOIndia) June 22, 2026
***
MJPS/SS/ST/HS