Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহ ৰাওক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰে। শ্ৰী মোদীয়ে কয় যে পি.ভি. নৰসিংহ ৰাওজীয়ে দেশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ছোৱাত ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে:

প্ৰাক্তন প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহ ৰাওক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। দেশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ছোৱাত ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। এজন সক্ষম প্ৰশাসক হিচাপে তেওঁ নিজৰ নাম উজলাই তুলিছিল। তেওঁ লগতে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ বিষয়ে গভীৰ জ্ঞান আৰু বোধ থকা এজন প্ৰখ্যাত পণ্ডিতো আছিল।

***

 

MJPS/SS/VJ/KD