পি এম ইণ্ডিয়া
গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত পুৰুষৰ জেভেলিন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যশ বীৰ সিঙক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে যশ বীৰ সিঙে তেওঁৰ উদ্যম আৰু নিষ্ঠাক প্ৰতিফলিত কৰি এটা আকৰ্ষণীয় থ্ৰ’ উপহাৰ দিলে।
শ্ৰী মোদীয়ে তেওঁৰ এই কৃতিত্বই বহু যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰি তেওঁৰ ভৱিষ্যত দিনৰ প্ৰচেষ্টাৰ বাবে আন্তৰিক শুভেচ্ছা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘পুৰুষ জেভেলিন ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে যশ বীৰ সিঙক অভিনন্দন!তেওঁৰ উদ্যম আৰু নিষ্ঠাক প্ৰতিফলিত কৰি এক আকৰ্ষণীয় থ্ৰ’ উপহাৰ দিলে।তেওঁৰ এই কৃতিত্বই বহু যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিব।আগন্তুক দিনৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনালোঁ।
Congratulations to Yash Vir Singh for winning the Bronze in the Men’s Javelin event! He produced an impressive throw, reflecting his zeal and dedication. His achievement will inspire many young athletes. All the best to him for the endeavours ahead. #CWG2026 pic.twitter.com/nMq59WERgs
— Narendra Modi (@narendramodi) August 1, 2026
***
MJPS/SS/ST/DM