পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগো কমনৱেলথ গেমছ, ২০২৬ৰ ট্ৰিপল জাম্প প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে সেলভা প্ৰভু থিৰুমাৰানক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সেলভা প্ৰভু থিৰুমাৰানে পদক সুনিশ্চিত কৰিবলৈ নিজৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ জাঁপ মাৰে।
শ্ৰী মোদীয়ে এই সাফল্যৰ বাবে তেওঁক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ ভৱিষ্যতৰ ক্ৰীড়া যাত্ৰাৰ বাবে শুভকামনা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘X’ত লিখে:
“ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ জাঁপ প্ৰদৰ্শন কৰি কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সেলভা প্ৰভু থিৰুমাৰানক লৈ মই গৌৰৱান্বিত। তেওঁলৈ মোৰ অভিনন্দন। আগন্তুক দিনবোৰতো তেওঁ যেন এনেদৰেই শ্ৰেষ্ঠত্ব অৰ্জন কৰি যায়, তাকে কামনা কৰিলোঁ।”
#CWG2026”
Proud of Selva Prabhu Thirumaran, who registered a personal best jump and won a Bronze at the Commonwealth Games. Congrats to him. May he excel in his forthcoming endeavours.#CWG2026
— Narendra Modi (@narendramodi) August 1, 2026
*************
MJPS/SS/ST/DB