পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰচেষ্টা আৰু একাগ্ৰতাক প্ৰশংসা কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃ
“न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥”
শ্ৰী মোদীয়ে কয় যে নিৰন্তৰ প্ৰচেষ্টা আৰু একাগ্ৰতাৰ জৰিয়তে আমাৰ প্ৰতিভাসমূহৰ বিকাশ তথা সংশোধন কৰা হয় আৰু আমাৰ যুৱপ্ৰজন্মই এই গুণবোৰৰ জৰিয়তে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
নিৰন্তৰ প্ৰয়াস আৰু সাধনাৰ জৰিয়তে আমাৰ প্ৰতিভাসমূহ অধিক বিকশিত হয়। আজি আমাৰ যুৱপ্ৰজন্মই এই গুণবোৰ আয়ত্ত কৰি সমগ্ৰ বিশ্বতে দেশক গৌৰৱান্বিত কৰি আহিছে।
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥
निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥ pic.twitter.com/GNc2YZOBWl
— Narendra Modi (@narendramodi) August 4, 2026
***
MJPS/SS/VJ/NB