Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী ডি ৱাই পাটিল জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট শিক্ষাবিদ তথা জনহিতৈষী ডি ৱাই পাটিল জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ডি ৱাই পাটিল জীয়ে সদায় আনৰ, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ জীৱন উন্নত কৰাৰ বাবে কাম কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

ডি ৱাই পাটিল জীয়ে বিশেষকৈ জনহিতকৰ কৰ্ম আৰু শিক্ষাৰ জৰিয়তে সমাজলৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ সদায় আনৰ, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ জীৱন উন্নত কৰাৰ বাবে কাম কৰিছিল। তেওঁৰ মৃত্যুত শোকাভিভূত হৈছো। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।

*******

MJPS/SS/VJ/NB