পি এম ইণ্ডিয়া
আজি নেটফ্লিক্সৰ সহ- মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমান টেড চাৰাণ্ডোছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতত গল্প কথনৰ এক চহকী পৰম্পৰা থকাৰ লগতে প্ৰচুৰ সৃষ্টিশীল প্ৰতিভা আছে। যাৰ সহায়ত কন্টেন্ট সৃষ্টিৰ বিশ্বজোৰা কেন্দ্ৰ হিচাপে আমাৰ দেশৰ স্থিতি শক্তিশালী কৰিব পাৰি।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
শ্ৰীমান টেড চাৰাণ্ডোছক লগ পাই আনন্দিত হৈছো। ভাৰতৰ সংবাদমাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ অপৰিসীম সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিলো ।
ভাৰতৰ গল্প কথনৰ এক চহকী পৰম্পৰা আৰু প্ৰচুৰ সৃষ্টিশীল প্ৰতিভা আছে, যাৰ সহায় লৈ কন্টেন্ট সৃষ্টিৰ বিশ্বজোৰা কেন্দ্ৰ হিচাপে আমাৰ দেশৰ স্থিতি শক্তিশালী কৰিব পাৰি।
Glad to have met Mr. Ted Sarandos. Discussed the immense potential of India’s media and entertainment sector.
India has a rich tradition of storytelling and an extraordinary pool of creative talent, which can be leveraged to strengthen our nation’s position as a global hub for… https://t.co/8ufUEddPTv
— Narendra Modi (@narendramodi) August 5, 2026
****
MJPS/SS/VJ/DM