Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৃথিৱীক সকলো জীৱৰ লালন-পালন কৰা মাতৃ আখ্যা দিয়া সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি মানৱতাই পৃথিৱীৰ সৈতে সম্প্রীতিৰে বাস কৰিব পাৰে বুলি উল্লেখ কৰাৰ লগতে কয় যে পৃথিৱী সকলো জীৱৰ লালন-পালন কৰা মাতৃ আৰু পৃথিৱীক বৰ্তাই ৰখা নৈতিক ব্যৱস্থাক সন্মান জনোৱা উচিত।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰে-

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥

প্ৰধানমন্ত্ৰীয়ে এক্সত প’ষ্ট কৰে-

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥

***

MJPS/SS/VJ/DD