পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণে লিখা এটা লেখা শ্বেয়াৰ কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ বিভিন্ন প্ৰান্তৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰি ভাৰতবৰ্ষই ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে মাননীয় উপ-ৰাষ্ট্ৰপতি মহোদয়ৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণৰ কথা এই লেখাটোৱে মনত পেলাই দিছে।
তেওঁ লগতে কয় যে এই অমৃতকালৰ সময়ত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ বাবে নিজকে উৎসৰ্গা কৰি দেশৰ প্ৰগতি তথা সমৃদ্ধিৰ বাবে একেলগে কাম কৰিবলৈ প্ৰবন্ধটোত আহ্বান জনোৱা হৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
“ভাৰতে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ত সন্মানীয় উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণৰ কথা মনত পেলাইছে, দেশৰ বিভিন্ন প্ৰান্তৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰিছে।
এই অমৃত কালত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ বাবে নিজকে উৎসৰ্গা কৰি জাতিৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰিবলৈ তেওঁ আহ্বান জনাইছে।”
As India celebrates its 80th Independence Day, Honourable @VPIndia Thiru @CPR_VP recalls his visit to the Andaman and Nicobar Islands, remembering the sacrifices of freedom fighters from across the country.
He calls upon people to dedicate themselves to building a Viksit Bharat… https://t.co/EL1lWi4HBJ
— PMO India (@PMOIndia) August 15, 2026
***
MJPS/SS/PRK/DM