Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সদৈৱ অটলত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

সদৈৱ অটলত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিসৌধ সদৈৱ অটলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ গুৰুত্ব সহকাৰে কয় যে ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভূমিকা অতুলনীয় আছিল।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে :

“আজি পুৱা সদৈৱ অটলত অটলজীক শ্ৰদ্ধাঞ্জলি জনালোঁ। ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অতুলনীয়!”

 

****

MJPS/SS/PRK/KD