Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশ্চিম বংগৰ বীৰভূমত সংঘটিত দুৰ্ঘটনাৰ ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ) ৰ পৰা পশ্চিম বংগৰ বীৰভূমত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালবৰ্গলৈ ২  লাখ টকাকৈ আৰু আহতসকলৰ প্ৰতিগৰাকীৰ  বাবে ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে।

   এক্স-ত এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যলয়ে শ্বেয়াৰ কৰিছেঃ

“পশ্চিম বংগৰ বীৰভূমত সংঘটিত দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত, প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০  টকাকৈ ঘোষণা কৰিছে।”

***

MJPS/SS/PRK/DD