পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় পুৰুষ কোৱাড্ৰেণ্ট দলটোক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে এছিয়ান গেমছত পুৰুষৰ কোৱাড্ৰেণ্ট শিতানত এয়া ভাৰতৰ প্ৰথমটো পদক। তেওঁ কয় যে দলটোৰ সংকল্প আৰু যুঁজাৰু মনোভাৱ দৃষ্টান্তমূলক।
শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই সাফল্যই সমগ্ৰ দেশতে ছেপাকটাক্ৰ’ক অধিক গতি প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কৈছে;
‘ভাৰতীয় ছেপাকটাক্ৰ’ৰ বাবে এক যুগান্তকাৰী মুহূৰ্ত!
এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় পুৰুষ কোৱাড্ৰেণ্ট দলটোক অভিনন্দন জনাইছো। এছিয়ান গেমছত পুৰুষৰ কোৱাড্ৰেণ্ট শিতানত এয়া ভাৰতৰ প্ৰথমটো পদক। তেওঁলোকৰ সংকল্প আৰু যুঁজাৰু মনোভাৱ দৃষ্টান্তমূলক। এই সাফল্যই সমগ্ৰ দেশতে ছেপাকটাক্ৰ’ক অধিক গতি প্ৰদান কৰকঃ প্ৰধানমন্ত্ৰী৷’
A landmark moment for Indian Sepaktakraw!
Congratulations to the Indian Men’s Quadrant Team on winning the Bronze Medal at the Asian Games. This is India’s first-ever medal in the Men’s Quadrant event at the Games. Their determination and fighting spirit are exemplary. May this…
— PMO India (@PMOIndia) October 2, 2026
MJPS/SS/ST/MK