পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৎসৰ্গিত সেৱা, সদ-আচৰণ আৰু কৰ্তব্যৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ
“नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम्।
कीर्तिं पुण्यं यशो लोकान् प्राप्स्यसे राजसत्तम।।”
এই শ্লোকটোৱে গুৰুত্ব আৰোপ কৰিছে যে আনৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰাটো সদ-আচৰণৰ সৰ্বোচ্চ ৰূপসমূহৰ ভিতৰত অন্যতম। ই প্ৰকাশ কৰে যে এনে উৎসৰ্গাৰ মনোভাৱেৰে কেৱল সদভাৱ আৰু সদিচ্ছাই নহয় বৰঞ্চ সমাজত স্থায়ী সন্মান আৰু স্বীকৃতিও অৰ্জন কৰিব পাৰি।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम्।
कीर्तिं पुण्यं यशो लोकान् प्राप्स्यसे राजसत्तम।।
नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम्।
कीर्तिं पुण्यं यशो लोकान् प्राप्स्यसे राजसत्तम।। https://t.co/p1PFOe2E9H
— Narendra Modi (@narendramodi) October 7, 2026
***
MJPS/SS/VJ/HS
नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम्। कीर्तिं पुण्यं यशो लोकान् प्राप्स्यसे राजसत्तम।। https://t.co/p1PFOe2E9H
— Narendra Modi (@narendramodi) October 7, 2026