Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয় খেলুৱৈ আৰু ক্ৰীড়া পৰিৱেশ তন্ত্ৰৰ প্ৰতি সমৰ্থনৰ উল্লেখযোগ্য পৰিৱৰ্তনক উজ্জ্বল কৰি তোলা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বুটিং খেলুৱৈ ইলাভেনিল ভালাৰিৱানে লিখা এটা লেখা শ্বেয়াৰ কৰে।

খেল মহাকুম্ভ আৰু খেলো ইণ্ডিয়াৰ দৰে পদক্ষেপৰ জৰিয়তে যুৱ প্ৰতিভাক লালন-পালন কৰাৰ পৰা আৰম্ভ কৰি ক্ৰীড়াবিদসকলক বিশ্বমানৰ প্ৰশিক্ষণ, আধুনিক সা-সুবিধা আৰু প্ৰতিযোগিতাৰ উচ্চতম পৰ্যায়ত সৰ্বাংগীন সহায়েৰে সজ্জিত কৰালৈকে প্ৰধানমন্ত্ৰীৰ সমৰ্থন কেনেদৰে বিস্তৃত হৈছে সেই বিষয়ে শ্ৰীমতী ভালাৰিভানে লেখাটোত  আলোকপাত কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কয়:

‘ভাৰতীয় ক্ৰীড়াত খেলুৱৈসকলক সহায় কৰাৰ ধৰণত এক উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছে, এই বিষয়ে ইলাভেনিল ভালাৰিভানে লিখিছে।খেল মহাকুম্ভ আৰু খেলো ইণ্ডিয়াৰ জৰিয়তে যুৱ প্ৰতিভাক উৎসাহিত কৰাৰ পৰা খেলুৱৈসকলক উচ্চতম পৰ্যায়ত প্ৰশিক্ষণ, সুবিধা আৰু সমৰ্থন প্ৰদান কৰালৈকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্থন কেনেদৰে বিস্তৃত হৈছে সেই বিষয়ে তেওঁ আলোকপাত  কৰে।

এটা পঠনীয় লেখা!”

 

***

MJPS/SS/VJ/SS/DM