পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বুটিং খেলুৱৈ ইলাভেনিল ভালাৰিৱানে লিখা এটা লেখা শ্বেয়াৰ কৰে।
খেল মহাকুম্ভ আৰু খেলো ইণ্ডিয়াৰ দৰে পদক্ষেপৰ জৰিয়তে যুৱ প্ৰতিভাক লালন-পালন কৰাৰ পৰা আৰম্ভ কৰি ক্ৰীড়াবিদসকলক বিশ্বমানৰ প্ৰশিক্ষণ, আধুনিক সা-সুবিধা আৰু প্ৰতিযোগিতাৰ উচ্চতম পৰ্যায়ত সৰ্বাংগীন সহায়েৰে সজ্জিত কৰালৈকে প্ৰধানমন্ত্ৰীৰ সমৰ্থন কেনেদৰে বিস্তৃত হৈছে সেই বিষয়ে শ্ৰীমতী ভালাৰিভানে লেখাটোত আলোকপাত কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কয়:
‘ভাৰতীয় ক্ৰীড়াত খেলুৱৈসকলক সহায় কৰাৰ ধৰণত এক উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছে, এই বিষয়ে ইলাভেনিল ভালাৰিভানে লিখিছে।খেল মহাকুম্ভ আৰু খেলো ইণ্ডিয়াৰ জৰিয়তে যুৱ প্ৰতিভাক উৎসাহিত কৰাৰ পৰা খেলুৱৈসকলক উচ্চতম পৰ্যায়ত প্ৰশিক্ষণ, সুবিধা আৰু সমৰ্থন প্ৰদান কৰালৈকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্থন কেনেদৰে বিস্তৃত হৈছে সেই বিষয়ে তেওঁ আলোকপাত কৰে।
এটা পঠনীয় লেখা!”
Indian sport has seen a significant shift in the way athletes are supported, writes Elavenil Valarivan. She reflects on how PM @narendramodi’s support has extended from encouraging young talent through Khel Mahakumbh and Khelo India to providing athletes with training, facilities and support at the highest level.
A must-read!
— PMO India (@PMOIndia) October 7, 2026
***
MJPS/SS/VJ/SS/DM
Indian sport has seen a significant shift in the way athletes are supported, writes Elavenil Valarivan. She reflects on how PM @narendramodi's support has extended from encouraging young talent through Khel Mahakumbh and Khelo India to providing athletes with training, facilities and support at the highest level. A must-read!
— PMO India (@PMOIndia) October 7, 2026