কলকাতাত পদপিষ্ট হৈ কেইবাজনো লোকৰ প্ৰাণহানি ঘটনাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে এই ঘটনাক অত্যন্ত দুখজনক বুলি অভিহিত কৰে। তেওঁ নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে পশ্চিমবংগ চৰকাৰে ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকলো প্ৰকাৰে সহায় আগবঢ়াইছে। প্ৰধানমন্ত্ৰীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । আনহাতে, আহতসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্স যোগে প্ৰকাশ কৰা এটা বাৰ্তাত উল্লেখ কৰে
” কলকাতাত সংঘটিত পদপিষ্টৰ ঘটনাটো অত্যন্ত মৰ্মান্তিক। এই দুৰ্ভাগ্যজনক ঘটনাত আপোনজনক হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সমবেদনা প্ৰকাশ কৰিছে আৰু আহতসকলৰ অতি সোনকালে আশু আৰোগ্য কামনা কৰিছে। লগতে স্থানীয় প্ৰশাসনে ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো ধৰণে সহায় আগবঢ়াই আছে।”
প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে পিএমএনআৰএফৰ পৰা
“নিহতসকলৰ প্ৰত্যেকৰে আত্মীয়ক ২ লাখ টকাকৈ সাহায্য দিয়া হ’ব।আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ’ব।”
ঘটনাটোক লৈ গভীৰ দুখ প্ৰকাশ কৰি শ্ৰী মোদীয়ে এক্সত লিখিছে;
” কলকাতাত সংঘটিত পদপিষ্টৰ ঘটনাটো অত্যন্ত মৰ্মান্তিক। এই দুৰ্ভাগ্যজনক ঘটনাত আপোনজনক হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সমবেদনা প্ৰকাশ কৰিছে আৰু আহতসকলৰ অতি সোনকালে আশু আৰোগ্য কামনা কৰিছে। লগতে স্থানীয় প্ৰশাসনে ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো ধৰণে সহায় আগবঢ়াই আছে।”
The stampede in Kolkata is extremely distressing. My thoughts are with those who have lost their loved ones. May the injured recover at the earliest. The local administration is providing all possible assistance to those affected: PM @narendramodi
— PMO India (@PMOIndia) October 17, 2026
*************
MJPS/SS/STDM

কলকাতায় পদপিষ্ট হয়ে হতাহতের ঘটনা অত্যন্ত মর্মান্তিক। যাঁরা তাঁদের প্রিয়জনকে হারিয়েছেন, তাঁদের প্রতি আমার সমবেদনা রইল। আহতরা যেন দ্রুত সুস্থ হয়ে ওঠেন, সেই কামনা করি। স্থানীয় প্রশাসন ক্ষতিগ্রস্তদের সম্ভাব্য সব ধরনের সহায়তা প্রদান করছে : প্রধানমন্ত্রী @narendramodi
— PMO India (@PMOIndia) October 17, 2026
The Prime Minister has announced an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost their lives. The injured would be given Rs. 50,000.
— PMO India (@PMOIndia) October 17, 2026
কলকাতায় পদপিষ্ট হয়ে যাঁরা প্রাণ হারিয়েছেন, তাঁদের প্রত্যেকের নিকটাত্মীয়কে প্রধানমন্ত্রীর জাতীয় ত্রাণ তহবিল (PMNRF) থেকে ২ লক্ষ টাকা এককালীন আর্থিক সহায়তা দেওয়ার কথা ঘোষণা করেছেন প্রধানমন্ত্রী। আহতদের প্রত্যেককে ৫০,০০০ টাকা করে আর্থিক সহায়তা দেওয়া হবে।
— PMO India (@PMOIndia) October 17, 2026
The stampede in Kolkata is saddening. Condolences to the bereaved families. Wishing the injured a speedy recovery. The West Bengal Government is providing all possible help to the affected families.
— Narendra Modi (@narendramodi) October 17, 2026
কলকাতায় পদপিষ্টের ঘটনা দু:খজনক। শোকাহত পরিবারগুলির প্রতি সমবেদনা জানাই।আহতদের দ্রুত আরোগ্য কামনা করছি। ক্ষতিগ্রস্ত পরিবারগুলিকে পশ্চিমবঙ্গ সরকার সম্ভাব্য সবধরণের সহায়তা প্রদান করছে।
— Narendra Modi (@narendramodi) October 17, 2026