Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ৰূপৰ পদক জয় কৰা অশোকক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ ২০২৬ -ত পুৰুষৰ-৬৫ কিলোগ্ৰাম পেৰা পাৱাৰলিফ্টিং ইভেণ্টত ৰূপৰ পদক জয় কৰাৰ বাবে অশোকক অভিনন্দন জনাইছে।

তেওঁৰ অধ্যৱসায় আৰু আত্মবিশ্বাসৰ বাবে গৌৰৱ প্ৰকাশ কৰি শ্ৰী মোদীয়ে এই উৎকৃষ্ট প্ৰদৰ্শনক প্ৰশংসা কৰে আৰু তেওঁৰ আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ

‘অশোকৰ এক উৎকৃষ্ট প্ৰদৰ্শন!

এছিয়ান পেৰা গেমছ ২০২৬ -ত পুৰুষৰ-৬৫ কিলোগ্ৰাম পেৰা পাৱাৰলিফ্টিং ইভেণ্টত ৰূপৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছো। তেওঁৰ অধ্যৱসায় আৰু আত্মবিশ্বাসৰ বাবে গৌৰৱান্বিত। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালোঃ প্ৰধানমন্ত্ৰী @narendramodi’

****

 

MJPS/SS/VJ/PRK/MK