এছিয়ান পেৰা গেমছ ২০২৬ত মহিলাৰ ১৫০০ মিটাৰ দৌৰৰ টি১২/১৩ শাখাত স্বৰ্ণ পদক অৰ্জন কৰা সৌম্যক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই সৌম্যই দেখুওৱা অসাধাৰণ প্ৰদৰ্শনে তেওঁৰ প্ৰতিভা, নিষ্ঠা আৰু দৃঢ় সংকল্পৰ পৰিচয় দিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে প্ৰকাশ কৰিছে—
“সঁচাকৈয়ে সোণালী অভিষেক!
এছিয়ান পেৰা গেমছ ২০২৬ত মহিলাৰ ১৫০০ মিটাৰ দৌৰৰ টি ১২ /১৩ শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে সৌম্যই এক চমকপ্ৰদ সাফল্য অৰ্জন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছে!
প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই এনে অসাধাৰণ প্ৰদৰ্শন দেখুওৱাৰ কথাই তেওঁৰ প্ৰতিভা, নিষ্ঠা আৰু দৃঢ় সংকল্পৰ বহু কথাই প্ৰকাশ কৰে। তেওঁক আন্তৰিক অভিনন্দন জনালোঁ।”
@narendramodi”
A Golden debut indeed!
Soumya has made a spectacular mark at the Asian Para Games 2026, winning Gold in the Women’s 1500m T12/13 event with a Personal Best timing too!
Delivering such an exceptional performance on debut speaks volumes about her talent, dedication and determination. Congratulations to her: PM @narendramodi
— PMO India (@PMOIndia) October 19, 2026
****
MJPS/SS/ST/DM
A Golden debut indeed! Soumya has made a spectacular mark at the Asian Para Games 2026, winning Gold in the Women’s 1500m T12/13 event with a Personal Best timing too! Delivering such an exceptional performance on debut speaks volumes about her talent, dedication and determination. Congratulations to her: PM @narendramodi
— PMO India (@PMOIndia) October 19, 2026